audio_filepath
audioduration (s) 0.2
55.9
| text
stringlengths 5
703
| duration
float64 0.2
55.9
| lang
stringclasses 1
value |
---|---|---|---|
ৰাজ্য দুখনত প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন দলৰ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰা দেখা গৈছে | 10 | as |
|
হাৰিয়াণাৰ গুহানাৰ এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি কয় যে ৰাজ্যখনত কংগ্ৰেছৰ খৰ্চী পৰ্চী অৰ্থাৎ অপব্যয় আৰু ৰচিদ সংস্থতিৰ অৱসান ঘটিছে | 10.6 | as |
|
তেওঁ কয় যে বিজেপি চৰকাৰে মেধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু স্বজন তোষণৰ দৰে সমস্যা মষিমুৰ কৰিবলৈ সক্ষম হৈছে | 7.28 | as |
|
ইফালে ৰাজনাথ সিঙে আজি ঝাঝৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে | 4.36 | as |
|
একেদৰে আন কেইবাগৰাকীও নেতাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে | 6.16 | as |
|
প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠা পৰিলক্ষিত হৈছে | 6.56 | as |
|
সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছ সহ বিভিন্ন দলৰ মুঠ পাঁচ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে | 5.64 | as |
|
নিৰ্বাচন আয়োগে ইতিমধ্যে ঝাবুৱা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ নিৰ্বাচনোত্তৰ সমীক্ষা নিষিদ্ধ কৰিছে | 6.68 | as |
|
আন এটা নিৰ্দেশ অনুসৰি নিৰ্বাচন আয়োগে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া বিবেক ডুবেক চিকিমৰ উপ নিৰ্বাচনৰ বাবে বিশেষ নিৰীক্ষক হিচাপে নিয়ক্তি দিছে | 9.68 | as |
|
অঞ্চলটোৰ আইন ব্যৱস্থা আৰু নিৰাপত্তাৰ বিষয়ে আয়োগক প্ৰতিবেদন দাখিল কৰাৰ বাবে শ্ৰীড়বেক বিশেষ নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে | 7.6 | as |
|
হাৰিয়াণাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত পৰ্যবেক্ষকসকলৰ কাম কাজৰ পৰ্যালোচনা চলোৱাৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে | 7.52 | as |
|
ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৰিতেশ পৰমাৰক আম্বালাৰ নতুন ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে | 6.16 | as |
|
নতুন দিল্লীত দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ উপস্থিতিত তেওঁ দলত যোগ দিয়ে | 4.24 | as |
|
শ্ৰীহাজেলাৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিততে ন্যায়ালয়ে এই নিৰ্দেশ দিছে | 4.04 | as |
|
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশ এছ এ ববড়ে আৰু ন্যায়াধীশ আৰ এফ নৰিমানকলৈ গঠিত বিশেষ খণ্ডপীঠে শ্ৰীহাজেলাক আন্তঃকেদাৰ বদলিৰ জৰিয়তে ডেপূটেখ্বনত পঠিয়াবলৈ নিৰ্দেশ দিয়ে | 11.92 | as |
|
আবেদনকাৰীসকলে উপযুক্ত সকাহ লাভ বাবে সশ্লিষ্ট উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব বুলিও বিচাৰপীঠখনে প্ৰকাশ কৰে | 6.8 | as |
|
ইয়াৰ ফলত আজি নীলগিৰি দিনদুগুল থেনী আৰু কোভাইকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাতখন জিলাত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলীবতৰা দিয়া হৈছে | 9.8 | as |
|
আৰুভানকাৰুৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত গছ বাগৰি পৰা বাবে যাতায়ত ব্যাহত হৈছে | 5.2 | as |
|
নীলগিৰিৰ বিভিন্ন অংশত ধাৰাযাৰ বৰষুণ হৈ আছে আৰু ইয়াৰ ফলত কুণ্ণাহ কেটি লোভেড আলী আৰু বুৰ্লিয়াৰ এলেকাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে | 10.6 | as |
|
মন্তালয়ে দুবছৰ পূৰ্বে মিজোৰামৰ ছিংছিপৰ সৈনিক বিদ্যালয়ত ছাত্ৰীৰ নামভৰ্ত্তিৰ বাবে আৰম্ভ কৰা পৰীক্ষামূলক প্ৰকল্পৰ সফলতাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে | 10.04 | as |
|
শ্ৰীসিঙে এই আদেশ ৰূপায়ণৰ বাবে সংশ্লিষ্ট কৰ্ডপক্ষক প্ৰয়োজনীয় আন্তঃগাঠনি আৰু সৈনিক বিদ্যালয়ত পৰ্যাপ্ত মহিলা কৰ্মচাৰীৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিছে | 9.8 | as |
|
উল্লেখযোগ্য যে বেটি বচাও বেটি পঢ়াও আঁচনিৰ উদ্দেশ্যক অধিক সুদঢ় কৰা আৰু সেনাবাহিনীত মহিলাৰ অংশগ্ৰহণ অধিক কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে | 9.84 | as |
|
মহোৎসৱৰ এইটো হ'ব সোণালী জয়ন্তী সংস্কৰণ | 2.32 | as |
|
সাতশতকৈ অধিক বোলছবিৰ মাজৰ পৰা এই ছবিকেইখন নিৰ্বাচন কৰা হৈছে | 3.6 | as |
|
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি চিনেমোটাগ্ৰাফাৰ আৰু মোছন পিকচাৰ আৰ্টছ এণ্ড ছাইঞ্চ একাডেমীৰ প্ৰাক্তন সভাপতি জন বেইলে এই মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ আধ্যক্ষতা কৰিব | 12.28 | as |
|
সাধাৰণতে সন্ত্ৰাসবাদী সংস্থালৈ পূঁজি যোগান বন্ধ কৰাৰ ক্ষেত্ৰত সহযোগিতা নকৰা দেশক এনে তালিকাত আন্তৰ্ভুক্ত কৰা হয় | 7.04 | as |
|
সন্তাসবাদী সংস্থালৈ পুঁজি যোগান আৰু কলা ধন বৈধকৰণৰ ঘটনা বন্ধ কৰিব নোৱাৰিলে কঠোৰ ব্যৱস্থা লোৱা হব বুলি পাকিস্থানক সকিয়াই দিয়া হৈছে | 7.72 | as |
|
পেৰিছত অনুষ্ঠিত বিত্তীয় কাৰ্যবাহিনীৰ পাঁচদিনীয়া পূৰ্ণাঙ্গ সমাপ্তিৰ পাছত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় | 6.2 | as |
|
পাকিস্তানৰ নাম এই সূচীত অন্তৰ্ভুক্ত হৈ থাকিলে দেশখনে আন্তঃৰষ্ট্ৰীয় মুদ্ৰা নিধি বিশ্ব বেংক তথা ইউৰোপিয় সংঘৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰাৰ জটিলতাৰ সন্মুখীন হ'ব | 9.36 | as |
|
এই সংগঠন দূটা ভাৰতত সংঘটিত বিভিন্ন প্ৰকাৰৰ ঘটনাৰ বাবে দায়ী | 4.04 | as |
|
খেলখনৰ প্ৰথমাৰ্ধত ভাৰতীয় খেলুৱৈসকলে আধিপত্য বিস্তাৰ কৰে আৰু কেইবাটাও আক্ৰমণ চলাই যদিও ৱিটেনৰ ৰক্ষণ বিভাগৰ খেলুৱৈসকলৰ প্ৰাচীৰ ভেদ কৰাত ব্যৰ্থ হয় | 9.4 | as |
|
উল্লেখযোগ্য যে ৰাজ্যখনৰ নামচাই আৰু চাংলাং জিলাত বসবাস কৰা অনা অৰুণাচলী অনুসূচীত জনজাতি লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বিষয়টো লৈ হিংসাম্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত যোৱা শনিবাৰে সান্ধ্য আইন বলবৎ কৰা হৈছে | 13.92 | as |
|
দলৰ ৰাজ্যিক সভাপতি বিনয় টেণ্ডলকাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে দলৰ বিধায়ক সাংসদ আৰু কৰ্মকৰ্তাসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰা হয় | 11.36 | as |
|
সংগঠনৰ বাবে থকা দলৰ ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সচিব বি এল সন্তোশে নিৰ্বাচন প্ৰস্তুতিৰ বুজ লয় | 6.08 | as |
|
উল্লেখযোগ্য যে ন্যায়ালয়ে বনভূমিৰ ওপৰত জনজাতি লোকসকলৰ অধিকাৰক খাৰিজ কৰিছে | 5.08 | as |
|
এই জয়েৰে ভাৰতীয় দলটোৱে একেৰাহে দুখন খেলত জয়লাভ কৰি শৃংখলা হস্তগত কৰে | 4.24 | as |
|
দেশত কৰনা ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে এটা বিশেষ কৰ্ম বাহিনী গঠন কৰিছে | 5.12 | as |
|
আজি বিয়লি পূব দিল্লীৰ কাৰ্কাৰডুমাত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে প্ৰধানমন্তীৰ আৱাস যোজনাৰ কাম কাজ বন্ধ কৰি ৰখাৰ বাবে আপ চৰকাৰক সমালোচনা কৰে | 9.6 | as |
|
তেওঁ কয় যে অনাধিকত আৱাসিক এলেকাবোৰ নিয়মীয়া কৰি বিজেপি চৰকাৰে দিল্লীৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰতি পুৰণ কৰিলে | 6.56 | as |
|
উল্লেখযোগ্য যে অহা শনিবাৰে হবলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে | 5.08 | as |
|
প্ৰধানমন্ত্ৰীয়ে কয় যে এই নিৰ্বাচনটো হৈছে এই দশকৰ প্ৰথমটো নিৰ্বাচন যি একৈশ শতিকাৰ ভাৰত তথা ৰাজধানী চহৰখনৰ ভৱিষ্যত নিৰ্ণয় কৰিব | 8 | as |
|
আনহাতে বিভিন্ন ৰাজনৈতিক দলৰ বিশিষ্ট নেতাসকলে ৰোড খ' আৰু ৰাজহুৱা সভাৰ লগতে ঘৰে ঘৰে গৈ ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে | 7.36 | as |
|
জ্যেষ্ঠ বিজেপি নেতা তথা গহমন্ত্ৰী অমিত খাহে মুণুকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে | 5.96 | as |
|
বিজেপিৰ সভাপতি জেপি নাড্ডাইও চাকুৰবস্তি মডেল টাউন আৰু চান্দনি চ'কত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে | 6.32 | as |
|
আনহাতে পঞ্জাৱৰ মুখ্যমন্তী কেপ্তেইন অমৰিন্দৰ সিঙে কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযান চলোৱাৰ লগতে কালকাজিত এটা ৰোড খবত অংশগ্ৰহণ কৰে | 7.8 | as |
|
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দ্বাৰকাত এটা ৰোড খবত অংশগ্ৰহণ কৰে | 3.96 | as |
|
সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰেড্ডীয়ে কয় যে এই কৰ্মবাহিনীয়ে আজি মিলিত হৈ কৰনা ভাইৰাছৰ সংক্ৰমণক নিয়ন্তণ কৰাৰ বাবে ল'ব লগা সতৰ্কতামূলক ব্যৱস্থাৰ পৰ্যালোচনা কৰা হ'ব | 10.96 | as |
|
স্বাস্থ্য মন্ত্যালয়ে জানিবলৈ দিয়া অনুসৰি ৰোগীজনৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক চিকিৎসকে সূক্ষভাৱে নিৰীক্ষণ কৰি আছে | 6.52 | as |
|
এই লোকজন চীনৰ পৰা ঘূৰি অহা বুলি জানিব পৰা গৈছে | 2.32 | as |
|
কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে ছেইলাজাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাছৰগড় জিলাত তৃতীয়জন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰে | 8.32 | as |
|
ইয়াৰ পূৰ্বে ৰাজ্যখনত ত্ৰিশুৰ আৰু আলাপ্পুঝা জিলাৰ দুজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছিল আৰু তেওঁলোক দুয়োজনে চীনৰ পৰা দেশলৈ ঘূৰি আহিছিল | 8.6 | as |
|
তেওঁলোকৰ অৱস্থা বৰ্তমান উন্নত হৈছে আৰু আন চিকিৎসা সম্পৰ্কীয় তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে | 4.88 | as |
|
ৰাজ্যখনত এই ভাইৰাছত তিনিজন লোক সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতা জাৰি কৰা হৈছে আৰু প্ৰায় দুহেজাৰজন লোকক নিৰীক্ষণত ৰখা হৈছে | 7.24 | as |
|
কৰনা ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যখনৰ সকলো জিলাতে আচুতীয়া কক্ষ স্থাপন কৰা হৈছে | 4.68 | as |
|
কৰনা ভাইৰাছৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা মধ্য চীনৰ হুবেই প্ৰদেশত ততাতৈয়াকৈ নিৰ্মাণ কৰা এহেজাৰখন বিছনাযুক্ত চিকিৎসালয়খন সেনাবাহিনীৰ চিকিৎসকৰ দলৰ তত্বাৱধানলৈ নিয়া হৈছে | 10.32 | as |
|
আজিৰেপৰা এইখন চিকিৎসালয়ত ৰোগীক ভৰ্তি কৰোৱাৰ আশা আছে | 2.84 | as |
|
হুলস্থুলীয়া পৰিবেশৰ মাজতে উপ সভাপতি হৰিবংশে ৰাট্টপতি ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা চলায় | 6.32 | as |
|
আনহাতে সদনৰ নেতা থাৱাৰ চান্দ গেহলটে সদনত আলোচনা চলাই নিয়াত সহায় কৰিবলৈ বিৰোধী নেতাসকলৰ প্ৰতি আহান জনায় যদিও তেওঁৰ আহান অথলে যায় | 7.72 | as |
|
সদনত হুলস্থূলীয়া পৰিবেশ অব্যাহত থকাত উপ সভাপতিয়ে দিনটোৰ বাবে কাম কাজ স্থগিত ৰাখে | 4.08 | as |
|
ইয়াৰ পূৰ্বে আজিৰ দিনটোত সদন তিনিবাৰ স্থগিত ৰাখিবলগীয়া হয় | 3 | as |
|
তেওঁ কয় যে ভাৰতৰ সূৰক্ষা নিৰাপত্তা তথা অখণ্ডতা আলোচনাযোগ্য নহয় | 4.16 | as |
|
নতুন দিল্লীত কৌতিল্য ফেল'ৰ এটা অনূষ্ঠানত ভাষণ দি শ্ৰীনাইডুৱে কয় যে পূৰ্বৰ জম্মু আৰু কাম্মীৰ ৰাজ্যখনক পুনৰগঠন কৰি জম্মু কাশ্মীৰ আৰু লাডাখ এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাই অঞ্চলটোৰ বিকাশ তুৰাগ্বিত কৰিব | 12.4 | as |
|
উপ ৰাট্টপতিগৰাকীয়ে কয় যে ভাৰত চুবুৰীয়া দেশসমূহৰ সৈতে শান্তিপূৰ্ণ সহাৰস্থানত বিখাসী | 5.28 | as |
|
তেওঁ কয় যে ভাৰত কেতিয়াও আক্ৰমণকাৰী নাছিল আৰু ভাৰতে কোনো দেশকে আক্ৰমণ কৰা নাই | 4.68 | as |
|
ধৰ্মনিৰপেক্ষতা প্ৰতিগৰাকী ভাৰতীয়ৰ ৰদ্ৰে প্ৰৱাহিত বুলি উল্লেখ কৰি শ্ৰীনাইডুৰে কয় যে ভাৰতত অতীতৰে পৰা সকলো সংখ্যালঘূৱে সূৰক্ষিত আৰু নিৰাপদ | 8.72 | as |
|
গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ কে আৱস্থিয়ে আজি লক্ষ্ণৌত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে | 6.68 | as |
|
এই সংগঠনৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰি থকাৰ লগতে সংগঠনটোৰ বিত্তীয় লেন দেনৰ বিষয়েও তথ্য সংগ্ৰহ কৰি থকা হৈছে বুলি শ্ৰীআৰস্থিয়ে জানিবলৈ দিয়ে | 8.36 | as |
|
তেওঁ কয় যে এই গোচৰৰ সংক্ৰান্তত আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰো সহায় লৈছে | 3.84 | as |
|
উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা হিংসাম্মক প্ৰতিবাদ প্ৰদৰ্শনত এই সংগঠনটো জড়িত হোৱাৰ সন্দেহ কৰাৰ পাছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে সংগঠনটোক নিষিদ্ধ কৰাটো বিচাৰিছিল | 12.64 | as |
|
ৰাষ্ট্ৰীয় সংগীতটো তামিলত পৰিবেশন কৰা নহয় | 2.4 | as |
|
উল্লেখযোগ্য যে সংখ্যালঘু তামিলসকলৰ সৈতে সমন্নয় সাধনৰ উদ্দেশ্য ৰট্টপতি মৈত্ৰীপালা চিৰিশেনাৰ অধীনৰ পূৰ্বৰ চৰকাৰখনে এই পদক্ষেপ গ্ৰহণ কৰিছিল | 7.72 | as |
|
প্ৰধানমন্ত্ৰীয়ে লগতে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি দেশৰ প্ৰতিটো পৰিয়াললৈ পাইপেৰে পানী যোগানকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ কথা ঘোষণা কৰে | 6.92 | as |
|
সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে | 4.12 | as |
|
প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি দেশৰ প্ৰতিটো পৰিয়াললৈ পাইপেৰে পানী যোগানকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ কথা ঘোষণা কৰে | 7.44 | as |
|
প্ৰধানমন্ত্ৰীয়ে লগতে জম্মু কাশ্মীৰৰ জনসাধাৰণৰ আশা আকাংক্ষা পুৰণৰ অংগীকাৰবদ্ধ হয় আৰু চীফ অব্ ডিফেল ষ্টাফ অৰ্থাৎ প্ৰতিৰক্ষা বাহিনীৰ মূৰববী নামেৰে এটা নতুন পদ সৃষ্টি কৰাৰ কথা ঘোষণা কৰে | 10.6 | as |
|
প্ৰধানমন্তীয়ে নিজৰ ভাষণত জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈও আহবান জনায় | 3.88 | as |
|
তেওঁ লগতে এক ৰাট্ট এক নিৰ্বাচন ব্যৱস্থাৰ ওপৰতো জোৰ দিয়ে | 3.48 | as |
|
অঞ্চলটোৰ বিকাশৰ বাবে সম্ভৱপৰ সকলোখিনি কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে | 3.76 | as |
|
প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত সীমান্তৰে চলা সন্তাসবাদ দুনীতি দৰিদ্ৰতা জীৱন ধাৰণ সূচল কৰি তোলা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা আৰু সাৰৰ অতিমাত্ৰা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা আদি বিভিন্ন বিষয় সন্দৰ্ভত মতামত প্ৰকাশ কৰে | 14.04 | as |
|
ৰাজ্য চৰকাৰৰ মুখপাত্ৰ ৰোহিত কানচালে কালি বিয়লি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে | 4.04 | as |
|
শ্ৰীশংগলাই স্বাধীনতা দিৱস উদযাপনৰ অৰ্থে ৱাশ্বিংটনত থকা চৰকাৰী বাসগৃহত সমবেত ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকসকলৰ এটা সমাৱেশত এইদৰে প্ৰকাশ কৰে | 9.88 | as |
|
ৰাছিয়াৰ ৰাষ্টপতি ভ্লাডিমিৰ পুটিনে স্বাধনীতা দিৱস উপলক্ষে অভিনন্দন জনাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে | 7.16 | as |
|
একেদৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাছয়ো এটা ভিডিঅযোগে নমস্থাৰ ভংগীমাৰে শ্ৰীমোদীক অভিনন্দন জনাইছে আৰু দুয়ো দেশৰ মাজৰ সম্পৰ্ক গভীৰ হোৱাৰ কথাটো লৈ সম্বট্টি প্ৰকাশ কৰিছে | 10.8 | as |
|
স্বাধীনতা দিৱস উপলক্ষে কানাডাৰ প্ৰধানমন্ত্ৰী জাট্টিন ট্টডো মালদীপৰ ৰট্টপতি ইৱাহিম মহম্মদ ছালেহ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিং প্ৰমুখ্যে বিশ্বৰ কেইবাগৰাকীও নেতাই প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে | 14.88 | as |
|
ইয়াৰ পাছতে উপ ৰট্টপতিগৰাকীয়ে কলকাতাত আই চি চি আৰ এ আয়োজন কৰা এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্তী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেওঁৰ আবক্ষ মূৰ্তি মুকলি কৰিব | 10.88 | as |
|
বিষয়াসকলৰ পৰা জানিব পৰা মতে অঞ্চলটোত সাহায্য অভিযান পূৰ্ণ গতিত চলি আছে আৰু জিলা দুখনৰ জীৱন যাত্ৰাও ক্ৰমান্নয়ে স্বাভাৱিক হব ধৰিছে | 6.92 | as |
|
চৰকাৰী সূত্ৰসমূহৰ মতে চাংলি চহৰৰ আৰউইন ৱীজৰ সমীপত কৃষ্ণা নৈৰ পানী বিপদসীমাৰ তলেৰে বৈ আছে | 5.8 | as |
|
অৱশ্যে পঞ্চগংগা নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে | 3.24 | as |
|
নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে কালি বিয়লি বেংগালুৰত সাংবাদিক সৈতে হোৱা কথা বতৰাত শ্ৰীয়েডিয়ুৰাপ্পাই কয় যে আজি পুৱাৰ ভাগত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিব | 8.8 | as |
|
তেওঁ লগতে জনায় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহৰ সৈতে ৰাজ্যিক কেবিনেটৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিব | 7.28 | as |
|
ইউৰোপীয় সংঘই আৰোপ কৰা প্ৰতিবন্ধকতা উলংঘা কৰি ছিৰিয়ালৈ তেল সৰবৰাহ কৰা বুলি সন্দেহ কৰি ইৰাণৰ এই টেংকাৰখন জব্দ কৰা হৈছিল | 7.24 | as |
|
বিদেশ ৰাজ্য মন্ত্ৰী ভি মুৰুলীধৰণে কালি বিয়লি টুইটাৰযোগে কয় যে এই সন্দৰ্ভত লণ্ডনত থকা ভাৰতীয় উচ্চায়োগৰ সৈতে তেওঁ কথা পাতিছে আৰু তেওঁলোকে ভি এল চি চি গ্ৰেচ ৱান নামৰ টেংকাৰখনৰ চালক দলৰ সদস্য হিচাপে কৰ্মৰত আটাইকেইগৰাকী ভাৰতীয় নাগৰিককো মুকলি কৰি দিয়াৰ কথা নিশ্চিত কৰিছে | 15.84 | as |
|
এই পদৰ বাবে বাছনি কৰা প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত ৰবী শাস্ত্ৰী অট্টেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা শ্ৰীলংকা দলৰ প্ৰশিক্ষক টম মুদী আৰু নিউজিলেণ্ড তথা কিংছ ইলেভেন পঞ্জাৱ দলৰ প্ৰশিক্ষক মাইক হেচোন অন্যতম | 12.92 | as |
|
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ তিনিখন ৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণসূচীৰে আইচলেণ্ডত উপস্থিত হৈছেগৈ | 5.12 | as |
|
ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছত ৰাফেল নাডালে খিতাপ দখল কৰিছে | 5.28 | as |
|
তেওঁ কয় যে ক্ষয় প্ৰাপ্ত ভূমিৰ উন্নতি সাধনৰ সমান্তৰালভাৱে আমি পানীৰ সংকটৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধান কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে | 9.44 | as |
|
মাত্ৰ এবাৰৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ববাসীয়ে এবাৰৰ বাবে ব্যৱহাৰযোগ্য প্লাষ্টিকক বিদায় দিয়াৰ সময় উপস্থিত হৈছে | 10.8 | as |
|
প্লাট্টিকৰ বিকল্প হিচাপে পৰিবেশ অনুকুল সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাৰ বিষয়টোও দোহাৰে | 6.56 | as |
|
ৰাষ্টপতি কোবিন্দে পৰিবেশ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আইচলেণ্ড বিশ্ববিদ্যালয়ত এটা বক্ততাও দিব | 6.32 | as |
|
এই ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাণিজ্যিক প্ৰতিনিধি দলৰ সৈতে বৈঠকত অংশ গ্ৰহণ কৰাৰ লগতে দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব | 10.16 | as |
Shrutilipi
Overview
Shrutilipi is a labelled ASR corpus obtained by mining parallel audio and text pairs at the document scale from All India Radio news bulletins for 12 Indian languages: Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu, Urdu. The corpus has over 6400 hours of data across all languages.
This work is funded by Bhashini, MeitY and Nilekani Philanthropies
Usage
The datasets library enables you to load and preprocess the dataset directly in Python. Ensure you have an active HuggingFace access token (obtainable from Hugging Face settings) before proceeding.
To load the dataset, run:
from datasets import load_dataset
# Load the dataset from the HuggingFace Hub
dataset = load_dataset("ai4bharat/Shrutilipi","bengali",split="train")
# Check the dataset structure
print(dataset)
You can also stream the dataset by enabling the streaming=True
flag:
from datasets import load_dataset
dataset = load_dataset("ai4bharat/Shrutilipi","bengali",split="train", streaming=True)
print(next(iter(dataset)))
Citation
If you use Shrutilipi in your work, please cite us:
@inproceedings{DBLP:conf/icassp/BhogaleRJDKKK23,
author = {Kaushal Santosh Bhogale and
Abhigyan Raman and
Tahir Javed and
Sumanth Doddapaneni and
Anoop Kunchukuttan and
Pratyush Kumar and
Mitesh M. Khapra},
title = {Effectiveness of Mining Audio and Text Pairs from Public Data for
Improving {ASR} Systems for Low-Resource Languages},
booktitle = {{ICASSP}},
pages = {1--5},
publisher = {{IEEE}},
year = {2023}
}
License
This dataset is released under the CC BY 4.0.
Contact
For any questions or feedback, please contact:
- Kaushal Bhogale ([email protected])
- Downloads last month
- 137