Dataset Viewer
Auto-converted to Parquet
Search is not available for this dataset
text
stringlengths
15
194
id
stringlengths
14
20
language
stringclasses
5 values
is_tts
int64
0
1
audio
audioduration (s)
0.06
15.3
বিত্তীয় সময়সীমা মানি চলাত বাৰে বাৰে বিফল হোৱাৰ বাবে মই বৰ হতাশ হৈছোঁ।
ASM_F_ANGER_00342
Assamese
1
মোৰ প্ৰতি আপোনাৰ শেহতীয়া আচৰণ মানি ল'ব নোৱাৰি আৰু মই এইটোক লৈ একেবাৰেই সুখী নহয়।
ASM_F_ANGER_00077
Assamese
0
মই বিৰক্ত হৈছো কিয়নো আপুনি এজন নতুন ক্লায়েণ্টৰ বিষয়ে ৰাজহুৱাভাৱে অস্পষ্ট মন্তব্য দি আছে যাক আমি অতি অতি কষ্টৰ ফলত পাবলৈ সক্ষম হৈছোঁ।
ASM_F_ANGER_00216
Assamese
0
সদায় বলটোৰ ওপৰত চকু ৰাখিবা! ক'ৰ্টত নচা বন্ধ কৰা আৰু খেলখন ঠিকমতে খেলা।
ASM_F_ANGER_00069
Assamese
1
মই সঁচাকৈয়ে হতাশ হৈ পৰো যেতিয়া আমি তিনিমহীয়া প্ৰতিবেদনৰ সময় ওচৰ চাপি অহাৰ লগে লগে কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত অকলশৰীয়া অনুভৱ কৰো।
ASM_F_ANGER_00445
Assamese
0
মই মোৰ নতুন ঘৰটোৰ বাবে ইলেক্ট্ৰিকেল দোকানখনৰ পৰা ইমানবোৰ বস্তু কিনাৰ পাছতো তেওঁলোকে মোক এখন অতিৰিক্ত ৱাৰেণ্টি নিদিয়াৰ কাৰণে বৰ হতাশ হৈছোঁ।
ASM_F_ANGER_00235
Assamese
0
আপোনালোকে মই ষ্টক বজাৰৰ বিষয়ে ভালকৈ নাজানো বুলি ভবাটোত মোৰ খং উঠিছে।
ASM_F_ANGER_00199
Assamese
1
হেই, তোমাৰ মনত নাই নেকি মই কি ৰং বিচাৰিছিলোঁ? তুমি মোৰ বাবে এইটো কিয় আনিছা?
ASM_F_ANGER_00056
Assamese
0
আজিকালি সকলো বিক্ৰেতাই তেওঁলোকৰ সামগ্ৰীৰ বিষয়ে ঘোষণা কৰিবলৈ লাউডস্পীকাৰ ব্যৱহাৰ কৰে আৰু ই মোক বৰ বিৰক্ত কৰে।
ASM_F_ANGER_00160
Assamese
0
আপুনি বাৰু ভাবে নেকি যে মই এজন মূৰ্খ আৰু ফোনবোৰে কেনেদৰে কাম কৰে সেয়া মই বুজি নাপাওঁ?
ASM_F_ANGER_00194
Assamese
0
যেতিয়া মই কাউন্সেলিঙৰ সময়ত মোৰ সংগ্ৰামৰ বিষয়ে কওঁ তেতিয়া মই আৱেগিক হৈ পৰো। এইটোৱে মোক বেছিকৈ খঙাল কৰি তোলে।
ASM_F_ANGER_00328
Assamese
0
এয়া অতি নিষ্ঠুৰ হয় যেতিয়া এখন দেশে আন এখন দেশক অস্ত্ৰ দি যুদ্ধক উৎসাহিত কৰে।
ASM_F_ANGER_00359
Assamese
1
কেমেৰাটো নলগোৱাৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভাবিব লাগিছিল যে এটা চুৰিকাণ্ডৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱনত কেনে সাংঘাতিক প্ৰভাৱ পৰিব পাৰে।
ASM_F_ANGER_00147
Assamese
1
আপুনি কিয় দায়িত্বশীল হ'ব নোৱাৰে? আপুনি সদায় ৰাতি মদ খাই ঘৰলৈ দেৰিকৈ আহে।
ASM_F_ANGER_00093
Assamese
0
মোৰ পাছবুক আপডেটৰ বাবে মোক একাধিকবাৰ আহিবলৈ বাধ্য কৰোৱাৰ বাবে মোৰ বেংকৰ কৰ্মচাৰীসকলৰ ওপৰত খং উঠিছে।
ASM_F_ANGER_00252
Assamese
1
মোৰ তোমাৰ ওপৰত বৰ খং উঠিছে কাৰণ তুমি মোৰ ফালে আহি মোৰ গাত খুণ্ডা মাৰিলা আৰু মোৰ ফোনটো হাতৰ পৰা পেলালা।
ASM_F_ANGER_00158
Assamese
1
মোৰ বেংক বেলেঞ্চৰ কথা মোক নুসুধিবা। তুমি বিচাৰিছা যদি তোমাৰ ৰেকৰ্ড চোৱা। মোৰ যথেষ্ট পইচা আছে।
ASM_F_ANGER_00032
Assamese
1
ৰাজনীতিবিদসকলৰ কনভয়ক পাৰ হ'বলৈ দিয়াৰ বাবে যেতিয়া আমাক ৰখাই থোৱা হয় মোৰ তেতিয়া বিৰক্তি লাগে।
ASM_F_ANGER_00274
Assamese
1
এই অনুষ্ঠানটোৰ বিষয়ে অপ্ৰয়োজনীয় প্ৰশ্নবোৰ সুধি নাথাকি অকল কে'কটো বনাওকচোন।
ASM_F_ANGER_00123
Assamese
1
ছাৰ আপুনিতো মোক পাঁচ মিনিটৰ আগতেই ল'কেশ্যন গৈ পাম বুলি কৈছিল। আপুনি ক'ত আছে?
ASM_F_ANGER_00003
Assamese
0
অভিনেতাজনে ফটো তুলিবলৈ চেষ্টা কৰি থকা আৰু তেওঁৰ ফোনটো ভাঙি পেলোৱা এজন অনুৰাগীক জোৰেৰে ঠেলা মাৰি আঁতৰাই দিছিল
ASM_F_ANGER_00393
Assamese
1
আপুনি কথাবোৰ এনেই কল্পনা কৰাটো বন্ধ কৰিব লাগিব। ই আপোনাৰ চৌপাশৰ মানুহক প্ৰভাৱিত কৰিছে আৰু মোক বিৰক্ত কৰিছে।
ASM_F_ANGER_00198
Assamese
0
এই সংগ্ৰহালয়টো চাবলৈ মই পইচা দিছো, গতিকে মই ইচ্ছামতে শিল্পকলাৰ বস্তুবোৰ কিয় নাচাম!
ASM_F_ANGER_00110
Assamese
0
মই ছাত্ৰ পৰিষদৰ সৈতে কথা পতাৰ সময়ত যদি তুমি মোক সমৰ্থন কৰিব নোৱাৰা, তেন্তে লগতে তুমি চুপ থাকিবও পাৰা।
ASM_F_ANGER_00218
Assamese
0
মানুহবোৰ বাৰু কিয় ইমান মূৰ্খ? এইটো এটা ইউনেস্কোৰ ঐতিহ্যবাহী স্থান কিন্তু তথাপিও মানুহে গোটেই ঠাইখন লেতেৰা কৰিছে।
ASM_F_ANGER_00001
Assamese
0
মই ইয়াত কেৱল অধিক মূল্য থকা সেৱাহে দেখিছো যি আশা কৰা মতে কোনো ফলাফল দিব নোৱাৰে।
ASM_F_ANGER_00115
Assamese
0
চিলিণ্ডাৰটো ডেলিভাৰী কৰাৰ বাবে মই আপোনাক অতিৰিক্ত পাঁচ শ টকা নিদিওঁ। এইটো হৈছে একপ্ৰকাৰ দিন ডকাইতি!
ASM_F_ANGER_00407
Assamese
0
গাড়ী চালকজনে ৰাস্তাত ঘটা এটা ঘটনাত খঙত অগ্নিশৰ্মা হৈ এজন ব্যক্তিক হঠাতে আক্ৰমণ কৰিছিল কাৰণ ইজন ব্যক্তিয়ে তেওঁৰ গাড়ীখনক চেৰ পেলাই পাৰ হৈ গৈছিল।
ASM_F_ANGER_00438
Assamese
1
এই শিল্পকলাবোৰ সঠিক গৱেষণা আৰু ব্যাখ্যাৰ যোগ্য, কেৱল এটা সাধাৰণ পৰ্য্যটকৰ ভীৰক সন্তুষ্ট কৰিবলৈ কৰা উৎসাহ নথকা প্ৰচেষ্টা নহয়।
ASM_F_ANGER_00113
Assamese
0
আপুনি এই ব্যঞ্জনটোত জলকীয়া পাউডাৰ খুব বেছিকৈ দিছিল আৰু মোৰ ব্লাড প্ৰেছাৰ বাঢ়ি গৈছিল।
ASM_F_ANGER_00381
Assamese
0
মই সামাজিক মাধ্যমত ভুৱা বাতৰিৰ সৈতে ইমান বিৰক্ত হৈ পৰিছো যে এতিয়া আৰু তাত মই বাতৰি নপঢ়ো।
ASM_F_ANGER_00294
Assamese
0
এইটো মই দেখা আটাইতকৈ বেয়া মেছ দেই। ইয়াত বহুত দেৰি ৰৈ থাকিবলগীয়া হয় আৰু খাদ্যবোৰ সদায় ঠাণ্ডা হৈ থাকে।
ASM_F_ANGER_00021
Assamese
1
মই ইয়াত বহুত টকা খৰচ কৰিছো। যিহেতু আপুনি সহায় কৰা নাই মই মোৰ বন্ধুবোৰক জোতা কিনিবলৈ আন ঠাইলৈহে যাবলৈ ক'ম গ্ৰাহক
ASM_F_ANGER_00428
Assamese
0
বে' এৰিয়াত চিইঅ' ৰ অত্যধিক দৰমহাৰ ওপৰত মই সম্পূৰ্ণৰূপে ক্ষুব্ধ হৈছোঁ।
ASM_F_ANGER_00378
Assamese
0
ছাৰ, অনুগ্ৰহ কৰি আপোনাৰ আসনলৈ ঘূৰি যাওক। এইখন এয়াৰলাইন হয়, খাদ্য বজাৰ নহয়!
ASM_F_ANGER_00090
Assamese
1
দোকানীজনে মাইক্ৰ'ৱেভ অভেনৰ বাবে এক অযুক্তিকৰ দাম উল্লেখ কৰি মোক উত্তেজিত কৰিছিল।
ASM_F_ANGER_00213
Assamese
1
সামান্য মেৰামতিৰ বাবে আপুনি ইমান টকা কিয় লৈছে?
ASM_F_ANGER_00048
Assamese
1
এই বিশ্ববিদ্যালয়খনে যদি মোৰ পচন্দ সীমিত কৰে তেন্তে মই কি কৰিম? মই সিদ্ধান্ত ল'ব নোৱৰা অৱস্থাত আছো ছাত্ৰ
ASM_F_ANGER_00423
Assamese
0
যদি এই কে'কটো মই অৰ্ডাৰ কৰামতে সঠিক চকলেটৰ সোৱাদৰ নহয়, তেন্তে আপুনি ইয়াৰ বাবে অনুশোচনা কৰিব!
ASM_F_ANGER_00121
Assamese
1
দোকানখনে বিজ্ঞাপনত দিয়া দামতকৈ বেলেগ দামত বস্তু এটা বিক্ৰী কৰি ঠগিবলৈ চেষ্টা কৰাত মোৰ খং উঠিছিল।
ASM_F_ANGER_00183
Assamese
1
টিভি চেনেলবোৰে আমাৰ চাৰিওফালে হৈ থকা ভাল কামবোৰ দেখুওৱাতকৈ কেৱল নেতিবাচক বাতৰিৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে মোৰ বিৰক্তি লাগে।
ASM_F_ANGER_00185
Assamese
0
নেতৃত্বৰ বেয়া সিদ্ধান্তৰ ফলত শ্বেয়াৰৰ মূল্য নিশাটোৰ ভিতৰতে বিছ শতাংশ হ্ৰাস পোৱাৰ পিছত বিনিয়োগকাৰীসকলে খঙতে চিঞৰ বাখৰ কৰিছিল।
ASM_F_ANGER_00225
Assamese
0
মই এই কিতাপখন পোন্ধৰ দিনৰ আগতে অৰ্ডাৰ দিছিলোঁ কিন্তু মই এতিয়ালৈকে এখন কনফাৰ্মেশ্যন মেইলো পোৱা নাই। এইখন আহি পাবলৈ কিমান সময় লাগিব?
ASM_F_ANGER_00130
Assamese
1
মোৰ খং উঠিছে যে আয়কৰ কৰ্তৃপক্ষই মোক আগতে কথা দিয়া মতে পইচা ঘূৰাই দিয়াতকৈ মোক অতিৰিক্ত কৰ দিবলৈহে কৈছে। মই
ASM_F_ANGER_00170
Assamese
1
হেৰা, মোৰ অফিচৰ লেপটপত গে'ম খেলিব নালাগে বুলি মই তোমাক কিমানবাৰ ক'ব লাগে?
ASM_F_ANGER_00065
Assamese
0
ছাদৰ পৰা মোৰ গছপুলি আঁতৰাবলৈ মোক ক'বলৈ তুমি কোন? তুমি জহন্নামে যাব পাৰা
ASM_F_ANGER_00429
Assamese
0
চাইকেল দোকানীজনৰ ওপৰত মোৰ বহুত খং উঠিছিল যেতিয়া মই কোনখন বাইক কিনিম সেইটো ঠিক কৰিব নোৱাৰাৰ কাৰণে তেওঁ মোক ঠাট্টা কৰিছিল।
ASM_F_ANGER_00318
Assamese
1
আপুনি কাইলৈ বেলেগ এখন ৰেষ্টুৰেণ্ট বিচাৰি ল'ব। ইয়ালৈ ঘূৰি অহিব নালাগে
ASM_F_ANGER_00384
Assamese
0
তেওঁলোকে বেয়া বতৰৰ ফলত ভ্ৰমণটো বাতিল হোৱাৰ বিষয়ে আমাক জনাবলৈ কোনো ব্যৱস্থা লোৱা নাছিল।
ASM_F_ANGER_00263
Assamese
0
নষ্ট হোৱা খাদ্যবোৰ পেলাবলগীয়া হ'লে মোৰ বৰ খং উঠে কাৰণ এই ফ্ৰিজটোৱে এতিয়াও ঠিকমতে কাম কৰা নাই!
ASM_F_ANGER_00234
Assamese
1
দুই মাহ পূৰ্বে এটা ত্ৰুটিপূৰ্ণ মিটাৰৰ বাবে বিদ্যুতৰ বিল বৃদ্ধি হোৱাত মই ক্ষুব্ধ হৈ পৰিছিলোঁ।
ASM_F_ANGER_00443
Assamese
0
মেঘনা, সেইটো মোক ঘূৰাই দিয়া। সেইটো মোৰ!
ASM_F_ANGER_00091
Assamese
1
ভাইটি বিলিং সোনকালে শেষ নকৰা কিয়! মই দহ মিনিটতকৈও অধিক সময় ৰৈ থাকিব লগা হৈছে।
ASM_F_ANGER_00044
Assamese
0
হে'ৰি, মোবাইলটো মজিয়াৰ পৰা আঁতৰাই নথয় কিয়, ডাম্বেলবোৰ পৰি গ'লে এইটো ভাঙি নাযাবনে, জিমত থকাৰ সময়ত সাৱধান হৈ থাকিব।
ASM_F_ANGER_00054
Assamese
1
অ'টো চালকজনে গাড়ী চালকজনক চিঞৰি মাতিছিল যিয়ে তেওঁক ছিগনেলৰ ওচৰত পিছ পেলাই থৈ গৈছিল আৰু লাইটটো ৰঙা হোৱাৰ আগতে তেওঁক পাৰ হৈ যোৱাত বাধা দিছিল।
ASM_F_ANGER_00157
Assamese
1
পদক্ষেপটোৰ বাবে জৰুৰী কৌশলৰ মিটিংখনলৈ যেতিয়া জেষ্ঠ ক্লায়েণ্ট পৰিচালনাৰ দলটো নাহিল তেতিয়া মোৰ বৰকৈ খং উঠিছিল।
ASM_F_ANGER_00353
Assamese
1
মই আপোনাৰ হোম ছাৰ্ভিছত অত্যন্ত হতাশ হৈছো কাৰণ গুণগত মান আশা কৰাতকৈ তলখাপৰ আছিল।
ASM_F_ANGER_00136
Assamese
0
মক্কেলজনে উত্তৰ বিচাৰি অধিবক্তাৰ কাৰ্য্যালয়ত হঠাতে সোমাই আহিছিল!
ASM_F_ANGER_00108
Assamese
1
এই খাদ্যখিনি কোনে তৈয়াৰ কৰিছিল? এইখিনি ইমানেই বেছি মচলাযুক্ত যে ই মোৰ জিভাখন জ্বলা পোৰা কৰিব।
ASM_F_ANGER_00053
Assamese
0
মই বিৰক্ত হৈ পৰো যেতিয়া মানুহে তামিল টিভি ধাৰাবাহিকসমূহ চাই আৰু তাৰ পিছত বিশ্বাস কৰে যে পৃথিৱীয়ে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে।
ASM_F_ANGER_00258
Assamese
0
নতুন ক্লায়েণ্টৰ বিষয়ে আপুনি মোৰ সাৱধানবাণীবোৰ পাতলভাৱে লোৱাত মোৰ খং উঠিছে।
ASM_F_ANGER_00215
Assamese
1
মই বিশ্বাস কৰিব পৰা নাই যে আপুনি মোৰ বাজেটতকৈ বহুত বেছি দামী এই হীৰাটো লোৱাৰ পৰামৰ্শ দিছে! আপুনি কি মোৰ গাটো সোণেৰে বনোৱা বুলি ভাবিছে নেকি?
ASM_F_ANGER_00308
Assamese
0
আনক নিজৰ পথৰ পৰা আঁতৰাই দিয়া সেই দৌৰবিদসকলক মই ঘৃণা কৰোঁ
ASM_F_ANGER_00406
Assamese
1
কেইবছৰমান আগতে জেএনইউ ৰ ঘটনাবোৰৰ বিষয়ে পক্ষপাতী বাতৰি প্ৰকাশ কৰা সাংবাদিকসকলৰ প্ৰতি মই উত্তেজিত হৈছিলো।
ASM_F_ANGER_00329
Assamese
1
মোৰ দলৰ সদস্যসকলৰ কোনো দোষ নথকাকৈ তেওঁ সিহঁতৰ ওপৰত চিঞৰিবলৈ ইমান সাহস কেনেকৈ পালে!
ASM_F_ANGER_00403
Assamese
0
সদায় তোমাক বেছি নিমখ লাগে! তুমি জানানে তোমাক খাবলৈ দিয়া ডায়েটৰ কাৰণে যে এয়া ভাল নহয় কাৰণ তোমাৰ ইতিমধ্যে হাই ব্লাড প্ৰেছাৰ আছেই।
ASM_F_ANGER_00014
Assamese
0
কিছুমান দেশে পৃথিৱীৰ অধিক দৰকাৰী বিষয়বোৰক আওকাণ কৰি মহাকাশৰ অনুসন্ধানৰ বাবে ইমানবোৰ ধন খৰচ কৰাত মোৰ খং উঠিছে।
ASM_F_ANGER_00075
Assamese
0
তেওঁ খৰখেদাকৈ কেনেকৈ মোৰ গাড়ীখন চেৰাই যাব পাৰে আৰু মোক আগবাঢ়ি যোৱাত বাধা দিব পাৰে?
ASM_F_ANGER_00411
Assamese
1
মই কেৱল জনপ্ৰিয় হ'ব পৰা যিকোনো শিল্পীৰ সৈতে আপোনাৰ নামটো জোৰা দিয়াৰ এক ব্যাকুল প্ৰচেষ্টাহে দেখা পাইছোঁ।
ASM_F_ANGER_00117
Assamese
1
এই কথা ভাবি চাওক, আতংকিত হোৱাতকৈও বেছি, মোৰ প্ৰতি আপোনাৰ সস্তীয়া আচৰণত মোৰ বহুত বেছি খং উঠিছে।
ASM_F_ANGER_00201
Assamese
1
আমি টিকটৰ উপলব্ধতাৰ বিষয়ে তৰ্ক কৰাৰ পাছত ৰে'লৱে বুকিং ক্লাৰ্কে যেতিয়া মোৰ বুকিঙৰ প্ৰ পত্ৰখন খিৰিকীৰে বাহিৰলৈ পেলাই দিছিল তেতিয়া মোৰ বহুত খং উঠিছিল।
ASM_F_ANGER_00454
Assamese
1
ঘটনাস্থলীতে কিবা এটা ধাৰণা লৈ অহাটো মোৰ কাম নহয়।
ASM_F_ANGER_00116
Assamese
1
মোৰ কোনো এজন সমনীয়াৰ লগত কথা পাতিলেই মই বিৰক্ত হৈ পৰোঁ কাৰণ তেওঁ মোক কথা শেষ কৰিবলৈ নিদিয়ে আৰু মোৰ কথাৰ ওপৰতে কথা কয়।
ASM_F_ANGER_00154
Assamese
1
মেডাম, মই লাইনত প্ৰথমে আহিছিলোঁ, সেয়েহে তেওঁ প্ৰথমতে মোৰ বাইকৰ চকাকেইটাত ভৰাব লাগে।
ASM_F_ANGER_00008
Assamese
0
তুমি মোৰ লগত যুদ্ধ কৰিব বিচাৰিছা নেকি? মই এজন পেচাদাৰী মল্লযোদ্ধা! তোমাৰ তেজ ওলাই নোযোৱালৈকে মই তোমাক মাৰিব পাৰিম।
ASM_F_ANGER_00038
Assamese
1
হেৰি! এই কিতাপখনত পঁচিশ শতাংশ ৰেহাই আছে কিন্তু আপুনি মোৰ পৰা বেছি পইচা লৈছে। আপুনি মোক ঠগিবলৈ চেষ্টা কৰিছে নেকি?
ASM_F_ANGER_00134
Assamese
1
মোৰ লীডাৰে এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে মোৰ টীমটোৱে কৰা কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে আৰু এইটো কাৰণে মোৰ খং উঠিছে।
ASM_F_ANGER_00152
Assamese
0
জামিয়া মিলিয়া ইছলামিয়া এখন এআইচিটিই অনুমোদিত প্ৰতিষ্ঠান নেকি চাব পাৰিবনে?
ASM_F_UMANG_00046
Assamese
0
আপুনি মোৰ তেলেঙ্গানা গ্রামীণ বেংক ৰ একাউণ্টৰ পৰা মোৰ আইচিআইচিআই পকেটছ‌ৰ ৱালেটত চল্লিছ হাজাৰ টকা যোগ কৰিব পাৰিব নেকি?
ASM_F_DIGI_00094
Assamese
0
ৰেইড এণ্ট এণ্ড ককৰোচ কিলাৰ স্প্রে'ৰ ঘূৰাই পঠিওৱাৰ প্রক্রিয়াটো কি?
ASM_F_BB_00011
Assamese
1
অনুগ্রহ কৰি ভ'ল্যুমটো আটাইতকে ডাঙৰ ছেটিংলৈ নিয়া
ASM_F_ALEXA_00035
Assamese
1
মই চেলো কাপ এণ্ড ছচাৰ আৰু এলো ফ্রুট কিৱিৰ জুচ অর্ডাৰ কৰিছোঁ, কিন্তু মই সেইকেইটা ওঠৰ দিনৰ পাছতহে পাবলৈ বিচাৰোঁ।
ASM_F_BB_00152
Assamese
0
মোক ৰাতিপুৱা ন বজাৰ পিছত ৰাঁচীলৈ যাত্ৰা কৰা ৰে'লৰ এটা টিকেট বুক কৰি দিয়া
ASM_F_ALEXA_00309
Assamese
1
মই মোৰ জীৱন বীমা আবেদন পত্ৰত দিবলগীয়া সবিশেষৰ বিষয়ে মোক জনাওক।
ASM_F_DIGI_00107
Assamese
1
চৰকাৰী প্রতিষ্ঠানকেইখনৰ তালিকাখন বিচাৰি উলিয়াব পাৰিবনে যিকেইখন দুহেজাৰ একৈছ দুহেজাৰ বাইছ শিক্ষাবৰ্ষত এআইচিটিই অনুমোদিত?
ASM_F_UMANG_00057
Assamese
1
আই.আই.টি. মাদ্ৰাজ দুহেজাৰ ঊনৈছ দুহেজাৰ বিছ শিক্ষাবৰ্ষত এখন এআইচিটিই অনুমোদিত প্ৰতিষ্ঠান আছিল নে নাই চাব পাৰিব নেকি?
ASM_F_UMANG_00048
Assamese
0
মই গ্রেমী ছুপাৰফুড ৰ' পিনাটৰ ঠাইত টুথপিকছৰ অন্য এটা ব্রেণ্ড দিব পাৰোঁনে?
ASM_F_BB_00067
Assamese
1
ভলিউম দহ শতাংশলৈ হ্ৰাস কৰা
ASM_F_ALEXA_00020
Assamese
0
মই দেখা পোৱা নাই, এইটো উজ্জ্বলতৰ কৰোঁ আহক
ASM_F_ALEXA_00376
Assamese
0
জাদৱপুৰ বিশ্ববিদ্যালয় দুহেজাৰ একৈছ দুহেজাৰ বাইছ শিক্ষাবৰ্ষত এখন এআইচিটিই অনুমোদিত প্ৰতিষ্ঠান আছিলনে নাই চাব পাৰিব নেকি?
ASM_F_UMANG_00047
Assamese
1
মই এম ছুৱাইপৰ জৰিয়তে শ্রীৰাম ফাইনেন্স কোম্পানী ত মোৰ গাড়ীৰ ঋণ ঘূৰাই দিব পাৰোঁনে?
ASM_F_DIGI_00023
Assamese
1
অনুগ্রহ কৰি টুৱেণ্টি ফ'ৰ মন্ত্রা সত্তু আটা আৰু জেছন্‌ছ ফ্ল'ৰা মাইক্ৰৱে'ভ ব'ল ছেট আজিৰ ভিতৰতে ডেলিভাৰ কৰি দিবা।
ASM_F_BB_00049
Assamese
0
উত্তৰাখণ্ড ৰাজ্যত কেন্দ্রৰ ধৰণ কৰ্মচাৰীৰ ৰাজ্যিক বীমা ঔষধৰ দোকান হোৱা ইএচআইচি কেন্দ্রসমূহৰ সন্ধান কৰাত আপুনি সহায় কৰিব পাৰিবনে?
ASM_F_UMANG_00074
Assamese
1
কেতিয়াও মোক কান্ট্ৰী মিউজিক বজাই নুশুনোৱাবা
ASM_F_ALEXA_00178
Assamese
0
টার্কি মিটবল বনোৱাৰ এক ভাল উপায় কি
ASM_F_ALEXA_00065
Assamese
0
মই ট্রু এলিমেণ্টছ চকলেট হুইট ফ্লেকছ লাভ কৰিছোঁ, কিন্তু মই হিটা ফার্ম বিশুদ্ধ গৰুৰ ঘিউ হে অর্ডাৰ দিছিলোঁ।
ASM_F_BB_00080
Assamese
1
তালিকাখনৰ পৰৱৰ্তী গানটোলৈ যোৱা
ASM_F_ALEXA_00192
Assamese
1
মই অন্য প্রকাৰৰ পাকঘৰৰ সামগ্ৰী পাম নেকি?
ASM_F_BB_00091
Assamese
1
চাৰি শ তেইছ পাঁচ একত্ৰিছ পিনক'ডৰ অঞ্চলত থকা আৰু এক্স ৰে' সেৱাসমূহ প্ৰদান কৰা কোনো ইএচআইচি কেন্দ্ৰ আছেনে?
ASM_F_UMANG_00017
Assamese
1
অনুগ্রহ কৰি চেলো ব্রেণ্ডৰ মিষ্টাৰ বছ ছুইফ্টৰ প্লাষ্টিক ক্লথ হেঙাৰ নপঠিয়াবা।
ASM_F_BB_00134
Assamese
0
End of preview. Expand in Data Studio

IndicTTS Deepfake Detection Challenge

Participants will use the SherryT997/IndicTTS-Deepfake-Challenge-Data dataset, hosted on Hugging Face. This dataset consists of train and test splits and contains speech samples in 16 Indian languages, along with metadata for each audio clip.

🚀 Dataset to Use: SherryT997/IndicTTS-Deepfake-Challenge-Data

This is the official dataset for the challenge and must be used for training and evaluation.


📌 Dataset Structure

The dataset consists of the following columns:

Column Type Description
id int Unique identifier for each audio sample
audio Audio() Audio file in a format supported by Hugging Face's datasets library
text string Transcription of the spoken audio
language string Language of the audio sample
is_tts int Label indicating if the audio is AI-generated (1) or real (0) (only available in train set)

🔹 Important: The test set does not contain the is_tts labels. Instead, for all test samples, is_tts is set to -1, and participants must predict its value.


📊 Dataset Statistics

  • Train Set: 31,102 samples (contains is_tts labels)
  • Test Set: 2,664 samples (is_tts = -1 for all rows)

🗣️ Languages Included

This dataset covers 16 Indian languages, ensuring diversity in speech patterns and phonetics:

✅ Assamese
✅ Bengali
✅ Bodo
✅ Dogri
✅ Kannada
✅ Malayalam
✅ Marathi
✅ Sanskrit
✅ Nepali
✅ English
✅ Telugu
✅ Hindi
✅ Odia
✅ Manipuri
✅ Gujarati
✅ Tamil


📥 Accessing the Dataset

Participants can load the dataset directly from Hugging Face using the datasets library:

from datasets import load_dataset

# Official dataset for this challenge
dataset = load_dataset("SherryT997/IndicTTS-Deepfake-Challenge-Data")  

# Train and test splits
train_data = dataset["train"]  # Contains 'is_tts' labels
test_data = dataset["test"]  # 'is_tts' is -1 for all rows
Downloads last month
2,136